বেটুপাত
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৩,১২৩ টা লেখা আৰু ৫৯০ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
বহল ব্যাকৰণ
লেখক : সত্যনাথ বৰা(১৯২৬ খ্ৰীষ্টাব্দ)

ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি। ই ভাষা এটাক খণ্ড খণ্ড কৰি, তাৰ গঠন আৰু গঠন প্ৰণালীটোক ভাঙ্গি ছিঙ্গি ভিন ভিন কৰি দেখুৱায় দিয়ে, আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে। যথাৰ্থ পক্ষত ব্যাকৰণে ভাষা নিশিকায়, ভাষাটোক ফালি ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাকে মাথোন দেখুৱাই দিয়ে। সেই দেখি এক ৰকমে চালে যাৰ যি ভাষা তাক সেই ভাষাৰ ব্যাকৰণ নালাগেই। ব্যাকৰণ নিশিকাকৈয়ে সি সেই ভাষাত সুন্দৰৰূপে কথা কব পাৰে৷ তাক ব্যাকৰণ লাগে কেৱল ভাষাটোৰ ভিতৰুৱা গঠন শিকিবলৈ আৰু ভাষাটো শুদ্ধৰূপে লিখিবলৈ। কিন্তু যি এটা ভাষা নকৈ শিকিব খোজে সি সেই ভাষাৰ ব্যাকৰণ নিশিকিলে ভাষাটোৰ গোটেই তত্ত্ব লাভ কৰিব নোৱাৰে।
এই মাহৰ সহযোগিতামূলক কাম
এই মাহৰ সহযোগিতামূলক কাম:
- চিকাৰ কাহিনী (তৰুণৰাম ফুকন) - সম্পূৰ্ণ
- কুলি (অজ্ঞাত) - সম্পূৰ্ণ
- বিহুগীত (বুলন চিৰিং) - মুদ্ৰণ সংশোধন বাকী আছে
- গুৰুদক্ষিণা (দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা) - মুদ্ৰণ সংশোধন বাকী আছে
- অসমৰ বুৰঞ্জী (পদ্মনাথ গোহাঞি বৰুৱা) - মুদ্ৰণ সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,২২৪টা
- সমস্যাজৰ্জৰ = ২৭২টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ১৬,৮৫৯টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ৩,৩৪৫টা
- বৈধকৰণ হৈছে = ২২,৪৮২টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ৪৪,১৮২টা
নতুন লেখাসমূহ
কুলি (উপন্যাস) (লেখক: অজ্ঞাত, ১৯৫০)
চিকাৰ কাহিনী (লেখক: তৰুণৰাম ফুকন)
বহল ব্যাকৰণ (লেখক: সত্যনাথ বৰা, ১৯২৬)
ৰণ্ জেউতি (অনুবাদক: ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ১৯৫০)
মুক্তাৱলী (অনুবাদক: চন্দ্ৰধৰ বৰুৱা, ১৯৫৭)
তাঁতিৰ জুনা (পৰম্পৰাগত)
অঞ্জলি (লেখক:দুৰ্গেশ্বৰ শৰ্মা, ১৯৪৮)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |