শুভসংবাদ !
ৱৰ্ডপ্ৰেছৰ অসমীয়া স্থানীয়কৰণ ১০০% সম্পূৰ্ণ হৈছে ।
ৱৰ্ডপ্ৰেছৰ কাষৰীয়া প্ৰকল্পসমূহৰোঁ কাম চলি আছে | আশাকৰোঁ সেইবোৰো সম্পূৰ্ণ হৈ উঠিব । আপোনালোকৰ সহযোগিতা আমাৰ কাম্য ।
– ধ্ৰুৱজ্যোতি ডেকা
অসমীয়া ৱৰ্ডপ্ৰেছ সম্পাদক |

ৱৰ্ডপ্ৰেছৰ অসমীয়া স্থানীয়কৰণৰ কাম আৰম্ভ হৈছে। এই প্ৰকল্পত আপুনিও অংশগ্ৰহণ কৰিব পাৰে। কেনেকৈ জানিবলৈ ‘অৱদান আগবঢ়াওক‘ত ক্লিক কৰক।